అర్థం : একপ্রকাৰৰ ডাঙৰ টুপী
ఉదాహరణ :
মিষ্টাৰ উইল্টনৰ শিৰত ্তেওঁৰ ্কোটৰ ৰঙৰ সৈতে মিলা টুপীয়ে সুশোভিত কৰি আছিল
పర్యాయపదాలు : হেট
అర్థం : মূৰ ঢাকি ৰাখিব পৰা মূৰত পিন্ধা এক পৰিধান
ఉదాహరణ :
শ্যামে ৰঙা ৰঙৰ টুপী পিন্ধি আছে
పర్యాయపదాలు : কেপ