అర్థం : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
ఉదాహరణ :
তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
పర్యాయపదాలు : কটি, তপিনা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
అర్థం : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
ఉదాహరణ :
ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
పర్యాయపదాలు : চলা