అర్థం : কোনো বস্তু পাবৰ কাৰণে সমপর্যায়ৰ দলৰ মাজত হোৱা ভীষণ ্সংঘর্ষ
ఉదాహరణ :
চৰকাৰ গঠন কৰিবৰ কাৰণে নেতাসকলৰ মাজত অৰিয়া-অৰি আৰম্ভ হৈছে
పర్యాయపదాలు : অৰিয়া-অৰি
అర్థం : বস্তুবোৰৰ টনা-টনি বা সাল-সলনি পৰা কার্য
ఉదాహరణ :
ৰেডিঅʼটোক টনা-আজোৰা নকৰিবা
పర్యాయపదాలు : টনা-টনি