అర్థం : লক্ষণগত বা স্বভাৱগত ধ্বনি
ఉదాహరణ :
মোৰ হৃদয় ভগৱত-প্রেমৰ ঝংকাৰত শুদ্ধ হৈ পৰিছে
అర్థం : ঝন-ঝন শ্্ব্দ
ఉదాహరణ :
ঘৰত নবোৱাৰীৰ পায়লৰ ঝংকাৰ মুখৰিত হৈ আছে
అర్థం : প্রতিধ্বনি উৎপন্ন হোৱা বা কৰা কার্য
ఉదాహరణ :
ঘন্টাৰ ঝংকাৰ গোটেই মন্দিৰটোত গুঞ্জৰিত হʼল
పర్యాయపదాలు : ঝনঝননি