అర్థం : মাটিৰ নিচেই ওচৰৰ পৰা চাৰিওফালে প্রসাৰিত হৈ ওলোৱা ডালৰ উদ্ভিদ
ఉదాహరణ :
এই জংঘল জোপোহাৰে ভৰি আছে
పర్యాయపదాలు : জোপোহা
అర్థం : ঘন আৰু কাঁইটীয়া উদ্ভিদ
ఉదాహరణ :
চিকাৰীটোক দেখিয়েই বনৰীয়া গাহৰিটো জোপোহাত লুকাই পৰিল
పర్యాయపదాలు : জোপোহা