పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి জীৱন అనే పదం యొక్క అర్థం.

জীৱন   বিশেষ্য

అర్థం : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি

ఉదాహరణ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু

పర్యాయపదాలు : আত্মা, চেতনা, জান, জিন্দেগি, জীউ, জীৱ, প্রাণ, পৰাণ

అర్థం : জীৱিত থাকিবৰ কাৰণে আৱশ্যক হোৱা পৰিস্থিতি যʼত বতাহ, পানী আদি থাকে

ఉదాహరణ : বিজ্ঞানীসকলে চন্দ্রত জীৱন আছেনে নাই সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে

అర్థం : জীয়াই থকা অৱস্থা

ఉదాహరణ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে

పర్యాయపదాలు : চেতনা, জান, জিন্দেগি, জীউ, জীৱ, ধাতু, প্রাণ, পৰাণ

అర్థం : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে

ఉదాహరణ : বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়

పర్యాయపదాలు : আয়ুস

అర్థం : জীৱন যাপন কৰাৰ ধৰণ বিশেষ

ఉదాహరణ : নি্র্বাচন অহাৰ লগে লগেই নেতাসকলে ৰাজনৈতিক জীৱনত সক্রিয় হৈ পৰে

అర్థం : জীৱিত প্রাণী

ఉదాహరణ : ডুবাৰুৰ কাৰণে বানত ডুবিবলৈ ধৰা লোকসকলৰ জীৱন ৰক্ষা পৰিল

चौपाल