అర్థం : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
ఉదాహరణ :
তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
పర్యాయపదాలు : জাবৰ
అర్థం : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
ఉదాహరణ :
জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
పర్యాయపదాలు : জাবৰ