పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి জাপি দিয়া అనే పదం యొక్క అర్థం.

জাপি দিয়া   ক্ৰিয়া

అర్థం : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য

ఉదాహరణ : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে

పర్యాయపదాలు : উৰি দিয়া, দিয়া

అర్థం : কোনো কাম আদি কৰিবৰ কাৰণে কাৰোবাৰ জিম্মাত দিয়া বা লোৱা

ఉదాహరణ : মালিকে সকলো কাম মোৰ ওপৰত জাপি দিলে

అర్థం : কোনোৱে নিবিচাৰিলেও তেওঁৰ ওপৰত ্দায়িত্ব আদি ্অর্পণ ্কৰা

ఉదాహరణ : তেওঁ ্যোৱাৰ আগতে নিজৰ সকলো কাম মোৰ ওপৰত জাপি থৈ গʼল

పర్యాయపదాలు : থেলি থোৱা

चौपाल