అర్థం : জাগি থকা এক অৱস্থা
ఉదాహరణ :
দুদিন ধৰি জাগাৰ কাৰণে তেওঁৰ চকু ৰঙা হৈ পৰিছে
పర్యాయపదాలు : জাগৰণ
అర్థం : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
ఉదాహరణ :
কালিৰ পৰা গাইজনী জাগিছে
పర్యాయపదాలు : উঠা