అర్థం : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ
ఉదాహరణ :
কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে
పర్యాయపదాలు : কিম্বদন্তি, জনপ্রবাদ, জনৰৱ, প্রবাদ
అర్థం : যিটো কাণ বাগৰি আহিছে
ఉదాహరణ :
মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল
పర్యాయపదాలు : কিংবদন্তি, শ্রুতি, শ্রুতি-কথা