అర్థం : সৰু আকাৰৰ ছাতি
ఉదాహరణ :
বৰষুণ, ৰʼদ আদিত চহৰৰ মহিলাই ছাতিৰ ব্যৱহাৰ কৰে
పర్యాయపదాలు : সৰু ছাতি
అర్థం : ৰʼদ-বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে ধাতু বা কাঠৰ নাল লগাই কাপোৰ আদিৰে তৈয়াৰ কৰা এক আচ্ছাদন
ఉదాహరణ :
বৰষুণত তিতাৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহে ছাতি লয়
పర్యాయపదాలు : ছত্র