అర్థం : ফলৰ ৰসৰ লগত চেনি, গুড় আদি মিহলি কৰি তৈয়াৰ কৰা এবিধ সোৱাদযুক্ত পানীয়
ఉదాహరణ :
ৰামুৱে আলহীক চৰবত খাবলৈ দিছে
పర్యాయపదాలు : চৰপত
అర్థం : যি পানীত চেনী, গুড় আদি মিহলোৱা থাকে
ఉదాహరణ :
চেনীৰ তুলনাত গুড়ৰ চৰবত বেছি ভাল