అర్థం : সাপ আদি বগাই গʼলে সৃষ্টি হোৱা ধ্বনি
ఉదాహరణ :
চৰচৰণি শুনি গাইজনী সচকিত হৈ পৰিল
అర్థం : বতাহত কোনো বস্তু বেগেৰে ওলাই যোৱা শ্্ব্দ
ఉదాహరణ :
ৰকেটৰ চৰচৰণি শুনি মানুহে উৎসুকতা বশতঃ ওপৰলৈ চাবলৈ ধৰিলে
పర్యాయపదాలు : চৰ-চৰণি