అర్థం : শাসন সম্বন্ধীয়
ఉదాహరణ :
ধর্মঘটৰ ্কাৰণে সকলো চৰকাৰী কামকাজ স্থবিৰ হৈ পৰিছে
పర్యాయపదాలు : শাসকীয়
అర్థం : কার্যালয় সম্বন্ধীয় বা কার্যালয়ৰ
ఉదాహరణ :
মধ্যপ্রদেশৰ চৰকাৰী নথি-পত্রত হিন্দী ভাষা ব্যৱহাৰ কৰা হয়