అర్థం : জোতাৰ সলনি পিন্ধা চামৰা, ৰবৰ, প্লাষ্টিক আদিৰ পটি লগোৱা আৰু গোৰোহা ওলাই থকা এবিধ সামগ্রী
ఉదాహరణ :
মোৰ চেণ্ডেলযোৰ চিগিল
పర్యాయపదాలు : চপ্পল
అర్థం : এক প্রকাৰৰ গোৰোহাত পৰিধান কৰা ফিটা লগোৱা চপ্পল বিশেষ
ఉదాహరణ :
বৰষুণৰ দিনত মহেশে প্লাষ্টিকৰ চেণ্ডেল পিন্ধে