అర్థం : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে
ఉదాహరణ :
ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে
అర్థం : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে
ఉదాహరణ :
সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে
పర్యాయపదాలు : ধনাদেশ
అర్థం : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়
ఉదాహరణ :
মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ
పర్యాయపదాలు : কিস্তিমাত
అర్థం : চেক ভাষাৰ বা চেক ভাষাৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
দূতাবাসত চেকভাষাৰ কিতাপৰ প্রদর্শনী হৈ আছে
పర్యాయపదాలు : চেকভাষা
అర్థం : চেক গণৰাজ্যৰ বা চেক দেশৰ সৈতে সম্বন্ধ
ఉదాహరణ :
চেক বিশেষজ্ঞৰ সহায়েৰে পাকিস্তানে নিজৰ দেশত ইউৰেনিয়ামৰ অনুসন্ধান কৰিছিল