అర్థం : মেকুৰী প্রজাতিৰ এবিধ হিংস্র বনৰীয়া জন্তু!
ఉదాహరణ :
চিতাবাঘ বৰ বেগাই দৌৰিব পৰা জন্তু
పర్యాయపదాలు : চিতাবাঘ
అర్థం : মৃতকক সৎকাৰ কৰা কাঠ বা বাঁহৰ মেজি
ఉదాహరణ :
আজিৰ পৰিস্থিতি দেখি এনে লাগে যেন গান্ধীজীৰ চিতাৰ লগতে পৰস্পৰৰ সদ্ভাৱ, প্রেম, অহিংসা সকলো জ্বলি ্ছাঁই হৈ গʼল