అర్థం : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
ఉదాహరణ :
পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
పర్యాయపదాలు : শক্তি
అర్థం : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
ఉదాహరణ :
বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়