అర్థం : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
ఉదాహరణ :
এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
పర్యాయపదాలు : চকা
అర్థం : খুটিৰ ওপৰত ঘূৰি থকা যি চক্রত কুমাৰে বাচন তৈয়াৰ কৰে
ఉదాహరణ :
কুমাৰে বাচন বনাবৰ বাবে চাকখন ঘূৰালে