అర్థం : একপ্রকাৰৰ সুগন্ধিত গছৰ কাঠ যাৰ মিহি গুৰিৰে শৰীৰত প্রলেপ লগোৱা হয়
ఉదాహరణ :
চন্দনে শৰীৰত শীতলতা প্রদান কৰে
పర్యాయపదాలు : গন্ধৰাজ
అర్థం : পবিত্র জ্ঞান কৰা সুগন্ধিযুক্ত কাঠৰ এবিধ গছ
ఉదాహరణ :
দক্ষিণ ভাৰতত চন্দন গছ বেছিকৈ পোৱা যায়