పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ঘৰ అనే పదం యొక్క అర్థం.

ঘৰ   বিশেষ্য

అర్థం : যি ঠাই কাৰোবাৰ বাবে ভালদৰে পৰিচিত

ఉదాహరణ : এলাহাবাদতো মোৰ বাবে ঘৰৰ নিচিনা

అర్థం : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই

ఉదాహరణ : এই ঘৰটোত পাঁচটা কোঠা আছে

పర్యాయపదాలు : আবাসস্থান, আলয়, গৃহ, ঘৰ-দুৱাৰ, ঘৰ-বাৰী, নিলয়, হাউলি

అర్థం : ৰেখা আদিৰে ঘেৰি থকা স্থান

ఉదాహరణ : তেওঁ নিজৰ উত্তৰ বহীত ঘৰ বনাই আছে

అర్థం : নিজৰ দেশ

ఉదాహరణ : আমেৰিকাত দুবছৰ কটোৱাৰ পিছত শ্যাম স্বদেশলৈ ঘূৰিল

పర్యాయపదాలు : নিজ দেশ, স্বদেশ, স্বৰাষ্ট্র

అర్థం : একেখন ঘৰৰে মানুহ

ఉదాహరణ : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে

పర్యాయపదాలు : আত্মীয়, পৰিজন, পৰিবাৰ, পৰিয়াল

అర్థం : গুটিৰে খেলা খেলত গুটি চলাবৰ কাৰণে কাগজ, কাঠ আদিৰ ওপৰত বনোৱা বিভাগ

ఉదాహరణ : তেওঁ ্দবা খেলৰ গুটিটোক আগৰ ঘৰলৈ আগবঢ়াই দিলে

चौपाल