అర్థం : কিছু সময় ধৰি বাজি থকা তীব্র ধ্বনি
ఉదాహరణ :
যুদ্ধৰ নাদ শুনি ভীৰুবোৰৰ বুকু কঁপি উঠিল
పర్యాయపదాలు : নাদ
అర్థం : যিহৰ উচ্ছাৰণ কৰাৰ সময়ত স্বৰতন্ত্রীৰ কম্পন হয়
ఉదాహరణ :
সকলো স্বৰধ্বনিয়েই ঘোষ
పర్యాయపదాలు : সঘোষ