అర్థం : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ
ఉదాహరణ :
খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে
అర్థం : চাৰিওফালে ৰখা বা আগুৰি লোৱা
ఉదాహరణ :
শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
పర్యాయపదాలు : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা
అర్థం : চাৰিওফাল পৰা আৱদ্ধ কৰা বা ঘেৰি ধৰা
ఉదాహరణ :
গাঁওবাসীয়ে এটা চোৰক ঘেৰিলে
పర్యాయపదాలు : ঘেৰি ধৰা