అర్థం : কোনো বিশেষ অৱস্থাত বস্তুতঃ হোৱা কোনো কথা
ఉదాహరణ :
মই মোৰ সৰু কালৰ ঘটনাবোৰ কোনো কাৰণতে পাহৰিব নোৱাৰোঁ
పర్యాయపదాలు : কথা
అర్థం : কোনো নির্দিষ্ট সময়ত কোনো বিশেষ ঠাইত যি ঘটে
ఉదాహరణ :
আজিৰ আচৰিত ঘটনাটোক লৈ সকলোৱে বৰ কষ্ট পালে