పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి গোলাম అనే పదం యొక్క అర్థం.

গোলাম   বিশেষ্য

అర్థం : নিজৰ সেৱা কৰোৱাৰ কাৰণে মূল্য দি ক্রয় কৰা ব্যক্তি

ఉదాహరణ : পুৰণিকালত দাসীৰ ক্রয়-বিক্রয় হৈছিল

పర్యాయపదాలు : দাসী

అర్థం : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়

ఉదాహరణ : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে

పర్యాయపదాలు : অনুচৰ, আলধৰা, কামলা, গেবাৰ, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক

গোলাম   বিশেষণ

అర్థం : যি আনৰ অধীন

ఉదాహరణ : পৰাধীন লোক সজাত বন্দী ভাটৌৰ দৰে হয়

పర్యాయపదాలు : অধীন, পৰবশ, পৰাধীন

चौपाल