అర్థం : এনে আকাৰ যাৰ উপৰিভাগৰ প্রতিটো বিন্দু তাৰ ভিতৰত থকা মধ্যবিন্দুৰ পৰা সমান দূৰত্বত থাকে
ఉదాహరణ :
বল গোলাকাৰ হয়
పర్యాయపదాలు : গোল
అర్థం : বৃত্ত বা চক্রৰ আকাৰৰ
ఉదాహరణ :
গাড়ীত ঘূৰণীয়া চকা লগোৱা থাকে
పర్యాయపదాలు : ঘূৰণীয়া, চক্রাকাৰ, বর্তুল্াকাৰ, বৃত্তাকাৰ, মণ্ডলাকাৰ