అర్థం : কোনো নির্দিষ্ট আয়তন বা আকাৰৰ বস্তু যি গেছ বা তৰল নহয়
ఉదాహరణ :
পদার্থ ্গোটা, জুলীয়া আৰু গেছীয় এই তিনি অৱস্থাত পোৱা যায়
పర్యాయపదాలు : গোটা পদার্থ
అర్థం : যি তৰল নহয় বা যʼত পানীৰ মাত্রা কম
ఉదాహరణ :
গাখীৰখিনি মথোতে মথোতে গাঢ় হৈ পৰিল
పర్యాయపదాలు : গাঢ়
అర్థం : যিটো জুলীয়া বা গেছীয় নহয় অথবা নির্দিষ্ট আয়তনৰ বা আকাৰৰ বস্তু:শিল এটা গোটা পদার্থ
ఉదాహరణ :