అర్థం : গোলাকাৰ সৰু বস্তু বিশেষ
ఉదాహరణ :
লʼৰাটোৱে বৰ মনোযোগেৰে ডালিমৰ দানা খাই আছে
పర్యాయపదాలు : দানা
అర్థం : খেল-ধেমালিত ব্যৱহাৰ কৰা শিল, মাটি, প্লাষ্টিক আদিৰ সৰু টুকুৰা
ఉదాహరణ :
লʼৰা-ছোৱালীবোৰে খেলিবলৈ গুটিবোৰ গোটাইছে