అర్థం : কোনো তৰল পদার্থৰে শৰীৰ তিওৱা কার্য
ఉదాహరణ :
তুমিচোন ঘামেৰে গা-ধুই পেলালা
అర్థం : শৰীৰ চাফা কৰিবলৈ পানীৰে ধোৱা কার্য
ఉదాహరణ :
ককাদেউতাই জাৰৰ দিনত কুহুমীয়া পানীৰে গা-ধোৱে
పర్యాయపదాలు : প্রক্ষালন কৰা, স্নান কৰা
అర్థం : যিজনে স্নান কৰিছে
ఉదాహరణ :
গা-ধোৱা ব্যক্তিজনে ফাকু খেলিবলৈ হোহঁ্কা-পিছলা কৰি আছিল
పర్యాయపదాలు : স্নাত