అర్థం : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
ఉదాహరణ :
ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
పర్యాయపదాలు : হুংকাৰ
అర్థం : কোনো হিংস্র জন্তুৱে মতা ডাঙৰ শ্্ব্দ
ఉదాహరణ :
বাঘৰ গোজৰ শুনাৰ লগে লগে মানুহৰ মাজত হুৱা-দুৱা লাগিল
పర్యాయపదాలు : গোজৰ