అర్థం : কʼৰবাত বিন্ধিবলৈ বা পুতিবলৈ ব্যৱহাৰ কৰা লোহা বা কাঠৰ মিহি খুঁটি
ఉదాహరణ :
ৰামে কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
పర్యాయపదాలు : গোঁজ
అర్థం : ধাতুৰে তৈয়াৰী শাল বা খিলা
ఉదాహరణ :
তেওঁ চিগা চেণ্ডেলজোৰত গজাল মাৰি আছে