అర్థం : কোনো বস্তু ক্রয় কৰা বা তৈয়াৰ কৰাৰ বাবদ লগা ধনৰাশি
ఉదాహరణ :
সেই ঘৰটো সাজিবলৈ কিমান খৰচ পৰিব
పర్యాయపదాలు : ব্যয়
అర్థం : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে পাৰিশ্রমিক, মূল্য আদিৰ ৰূপত ধন দিয়া বা লগোৱা কার্য
ఉదాహరణ :
এই ভৱনটো নি্র্মাণৰ কাৰণে লাখ টকা খৰচ হʼল
పర్యాయపదాలు : ব্যয়