అర్థం : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
ఉదాహరణ :
তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
పర్యాయపదాలు : কদম
అర్థం : এটা খোজেৰে ঠিক কৰা দূৰত্ব
ఉదాహరణ :
মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
పర్యాయపదాలు : কদম