అర్థం : সৰু আৰু চুটি খুঁ্টা
ఉదాహరణ :
ৰতনে চৰণীয়া পথাৰৰ সো-মাজত এটা খুঁটি পুতি ছাগলীজনী বান্ধি দিলে
అర్థం : নাও বান্ধিবৰ কাৰণে ঘাট আদিত থকা ডাঙৰ খুটা বিশেষ
ఉదాహరణ :
সদায় সন্ধিয়া হোৱাৰ লগে লগে নাৱিকে নাওখন খুঁটিত বান্ধি থয়
పర్యాయపదాలు : নাও খুঁটি