అర్థం : কোনো কবিতা বা গীতৰ কোনো চৰণ বা পদ
ఉదాహరణ :
সীতাই স্বৰচিত কবিতাৰ এটা খণ্ড শুনালে
అర్థం : যিকোনো বস্তুৰ গোটা টুকুৰা
ఉదాహరణ :
এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
పర్యాయపదాలు : টুকুৰা