అర్థం : যাৰ ওপৰত কৰ বা মাছুল লগোৱা হোৱা নাই
ఉదాహరణ :
দোকানীজনে কৰমুক্ত খাদ্যৰ এখন তালিকা প্রস্তুত কৰি আছে
పర్యాయపదాలు : কৰ মুক্ত
అర్థం : যʼত কৰ আৰোপ কৰা হোৱা নাই
ఉదాహరణ :
ৰজাই দুর্ভিক্ষৰ কাৰণে প্রজাক কৰমুক্ত কৰি দিলে
పర్యాయపదాలు : কৰহীন