అర్థం : যি প্রক্রিয়াত কোনোৱে নিজৰ হেৰোৱা শক্তি, যৌৱন আদি পুনৰাই লাভ কৰি লয়
ఉదాహరణ :
বৰষুণ হোৱাৰ লগে লগে শুকান মাটিয়ে কায়কল্প সাধন হয়
పర్యాయపదాలు : কায়-কল্প
అర్థం : ঔষধৰ দ্বাৰা বৃদ্ধ বা ৰুগ্ন শৰীৰক পুণৰ তৰুণ আৰু স্বাস্থ্যবান কৰা কার্য
ఉదాహరణ :
মদনমোহন মালবীয়জীয়ে নিজৰ কায়কল্প কৰাইছিল