పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কন্নড় అనే పదం యొక్క అర్థం.

কন্নড়   বিশেষ্য

అర్థం : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত বিশেষভাৱে কর্ণাটকত কোৱা এক দ্রাবিড়ীয় ভাষা

ఉదాహరణ : কুলকার্ণীদেৱে কন্নড় শিকি আছে

పర్యాయపదాలు : কন্নড় ভাষা

అర్థం : যি লিপিত কন্নড় ভাষা লিখা হয়

ఉదాహరణ : কামথে নিজৰ লʼৰাটোক কন্নড় লিখিবলৈ শিকাইছে

పర్యాయపదాలు : কন্নড় লিপি

అర్థం : কর্ণাটক ৰাজ্যৰ অধিবাসী

ఉదాహరణ : এইখন কন্নড়সকলৰ সভা

কন্নড়   বিশেষণ

అర్థం : কর্ণাটকত থকা বা বসতি কৰা

ఉదాహరణ : কন্নড় লোকৰ মাজত এনেধৰণৰ প্রথা আছে

అర్థం : কন্নড় ভাষাৰ সৈতে সম্বন্ধ থকা বা কন্নড় ভাষাৰ

ఉదాహరణ : তেওঁ কন্নড় ্সাহিত্যৰ প্রতি বিশেষ ৰাপ আছে

అర్థం : কর্ণাটকৰ সৈতে সম্বন্ধ থকা

ఉదాహరణ : মই কন্নড় সংস্কৃতিৰ সৈতে সম্পূর্ণৰূপে পৰিচিত

चौपाल