అర్థం : কাৰোবাৰ বহুতো পত্নিৰ ভিতৰত পদ, ্মর্যাদা আদিত সৰু পত্নী
ఉదాహరణ :
পাটৰাণীৰ কথাত ৰজাই কনিষ্ঠাক ঘৰৰ পৰা উলিয়াই দিলে
పర్యాయపదాలు : গৌণ পত্নী
అర్థం : কেইবাগৰাকীও পত্নীৰ ভিতৰত যি গৰাকীক স্বামীয়ে কমকৈ মৰম কৰে
ఉదాహరణ :
বৃদ্ধাৱস্থাত পাটৰাণীও কনিষ্ঠা হৈ পৰে