అర్థం : ষাঠিৰ লগত ন যোগ কৰিলে পোৱা সংখ্যা
ఉదాహరణ :
আৰে ! তুমিচোন ঊনসত্তৰটো ওলোটাকৈ লিখি দিছা !!
పర్యాయపదాలు : ৬৯
అర్థం : ষাঠি আৰি ন বা সত্তৰতকৈ এক কম
ఉదాహరణ :
এই সময়ত মোৰ ওচৰত মাত্র ঊনসত্তৰ টকা আছে
పర్యాయపదాలు : ৬৯