అర్థం : ভাঙি চিঙি নষ্ট হোৱা
ఉదాహరణ :
কেতিয়াবা সকলোতকৈ ভাল হিচাপে গণ্য কৰা এই প্রাসাদটো সময়ৰ লগে লগে উৱলি গʼল
పర్యాయపదాలు : উৱলি যোৱা, বিধ্বস্ত হোৱা
అర్థం : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
ఉదాహరణ :
খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
పర్యాయపదాలు : পঁ্চা