అర్థం : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
ఉదాహరణ :
স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
పర్యాయపదాలు : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ
అర్థం : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি
ఉదాహరణ :
ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?
పర్యాయపదాలు : সমাৰোহ