అర్థం : নিজৰ অনুকূলে কোনো কার্য কৰিবৰ কাৰণে অনুচিতভাৱে দিয়া বা লোৱা বস্তু আদি
ఉదాహరణ :
তেওঁ ্ঘোচ লৈ থাকোতে ধৰা পৰিল
పర్యాయపదాలు : ঘোচ
అర్థం : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
ఉదాహరణ :
উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
పర్యాయపదాలు : উপঢৌকন