అర్థం : নাক বা মুখেৰে প্রাণীয়ে বতাহ শৰীৰৰ ভিতৰলৈ সুমুওৱা কার্য
ఉదాహరణ :
শ্বাস আৰু প্রশ্বাস শ্বসন ক্রিয়াৰ এক অবিচ্ছেদ্য অংগ
పర్యాయపదాలు : শ্বাস
అర్థం : প্রাণীয়ে নাক বা মুখেৰে শৰীৰৰ ভিতৰলৈ সুমুৱাই নিয়া বতাহ
ఉదాహరణ :
উশাহত অক্সিজেনৰ পৰিমাণ অধিক থাকে
పర్యాయపదాలు : শ্বাস