పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి উপস্থাপন అనే పదం యొక్క అర్థం.

উপস্থাপন   বিশেষ্য

అర్థం : ছপা বা প্রচাৰ মাধ্যমৰ যোগেদি কোনো বিষয় বা খবৰ ৰাজহুৱাকৈ প্রকাশ কৰা কার্য

ఉదాహరణ : তেওঁ নিজৰ বিচাৰধাৰাৰ উপস্থাপন এই লেখাটোৰ জৰিয়তে কৰিছে মঞ্চত কবিসকলে নিজৰ ৰচনাৰাজি নিজস্ব ভঙ্গিমাৰে উপস্থাপন কৰিলে

అర్థం : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য

ఉదాహరణ : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে

పర్యాయపదాలు : নিৰূপণ, প্রতিপাদন, প্রমাণ কৰা

चौपाल