అర్థం : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
ఉదాహరణ :
তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
పర్యాయపదాలు : ইংলিচ, ইংৰাজী ভাষা
అర్థం : যি বিষয়ত ইংৰাজী ভাষা আৰু ইয়াৰ সাহিত্য, ব্যাকৰণ আদিৰ অধ্যয়ন কৰা হয়
ఉదాహరణ :
তেওঁ প্রথম শ্রেণীৰ পৰাই ইংৰাজী পঢ়ায়
అర్థం : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ
ఉదాహరణ :
আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ
పర్యాయపదాలు : ইংলিচ
అర్థం : ইংলেণ্ডৰ সৈতে সম্বন্ধ থকা বা ইংলেণ্ডৰ
ఉదాహరణ :
ইংৰাজসকল গুচি গʼল যদিও ইংৰাজী সভ্যতা ইয়াতে এৰি থৈ গʼল