అర్థం : যাৰ ওপৰত অপৰাধৰ অভিযোগ অনা হৈছে
ఉదాహరణ :
অভিযুক্ত ব্যক্তিজনক পুলিচে ধৰি লৈ গʼল
పర్యాయపదాలు : অভিযুক্ত
అర్థం : যাৰ ওপৰত অভিযোগ কৰা হৈছে (অপৰাধ)
ఉదాహరణ :
তেওঁৰ ওপৰত আৰোপিত অভিযোগ মিছা আছিল
అర్థం : লগোৱা বা জাপি দিয়া
ఉదాహరణ :
জীয়েকৰ আৰোপিত কথাত ক্ষুন্ন হৈ তেওঁ আত্মহত্যা কৰিলে