అర్థం : কোনো কথা বা কামত কৰা ইচ্ছা
ఉదాహరణ :
মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ
పర్యాయపదాలు : বিচৰা
అర్థం : আশা বা কামনা কৰা
ఉదాహరణ :
মই আশা কৰিছো যে মোৰ প্রথম পত্রখন আপুনি পালে