అర్థం : কোনো মাল-বস্তু বেহা-বেপাৰৰ কাৰণে নিজৰ দেশলৈ অনা কার্য
ఉదాహరణ :
ভাৰতে প্রয়োজন অনুসৰি কিছুমান বস্তু আমদানি কৰে
అర్థం : যি অন্য ঠাই বা দেশৰ পৰা আহিছে বা যাক বাহিৰৰ পৰা অনা হৈছে
ఉదాహరణ :
আন দেশৰ আমদানি সামগ্রীবোৰৰ তুলনাত নিজ দেশৰ বস্তুবোৰেই ভাল
పర్యాయపదాలు : ইম্পʼৰটেড