అర్థం : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
ఉదాహరణ :
সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
పర్యాయపదాలు : আফু
అర్థం : আফিং সম্বন্ধীয় বা আফিঙৰ
ఉదాహరణ :
মুস্তাখে আফিং ব্যৱসায়ত হাত দিব বিচৰা নাই
పర్యాయపదాలు : আফিঙযুক্ত